Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala
Earth after Pralaya
कर्म्मभिस्तैस्तु जायन्ते जनलोकाच्छुभाशुभैः / गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु
karmmabhistaistu jāyante janalokācchubhāśubhaiḥ / gṛhṇanti te śarīrāṇi nānārūpāṇi yoniṣu
সেই শুভ-অশুভ কৰ্মৰ দ্বাৰা তেওঁলোকে জনলোকৰ পৰা জন্ম লয়। বিভিন্ন যোনিত নানাৰূপ দেহ তেওঁলোকে ধাৰণ কৰে।