Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala
Earth after Pralaya
स्वर्गादौ कांतिविष्टास्ते स्वभावेनैव नान्यथा / सप्तद्वीपा समुद्राश्च अन्योन्यस्यानुमंडलम्
svargādau kāṃtiviṣṭāste svabhāvenaiva nānyathā / saptadvīpā samudrāśca anyonyasyānumaṃḍalam
সেইবোৰ স্বৰ্গাদি লোকত স্বভাৱতেই কান্তিময়, অন্যথা নহয়; সপ্তদ্বীপ আৰু সমুদ্ৰ পৰস্পৰক বৃত্তাকাৰে আৱৰি আছে।