Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala
Earth after Pralaya
कृत्वा वत्सं समेरुं तु दुदोह पृथिवीमिमाम् / दुग्धेयं गौस्तदा तेन बीजानि वसुधातले
kṛtvā vatsaṃ sameruṃ tu dudoha pṛthivīmimām / dugdheyaṃ gaustadā tena bījāni vasudhātale
সুমেৰুক বাছুৰ কৰি তেওঁ এই পৃথিৱীক দোহন কৰিলে; তেতিয়া গোৰূপিণী পৃথিৱী দোহিত হৈ বসুধাতলত বীজ প্ৰকাশ পালে।