Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala
Earth after Pralaya
बुद्ध्यान्विष्य यथान्यायं वृक्षशाखा गता यथा / यथा कृतास्तु तैः शाखास्त स्माच्छालास्तु ताः स्मृताः
buddhyānviṣya yathānyāyaṃ vṛkṣaśākhā gatā yathā / yathā kṛtāstu taiḥ śākhāsta smācchālāstu tāḥ smṛtāḥ
বুদ্ধিৰে যথান্যায় অনুসন্ধান কৰিলে, যেনেকৈ গছৰ ডাল-শাখা বিস্তাৰ হয়; তেনেকৈ তেওঁলোকে কৰা শাখাসদৃশ নিৰ্মাণ ‘শালা’ বুলি স্মৃত।