Varāha-uddhāraṇa and the Re-constitution of Bhū-maṇḍala
Earth after Pralaya
अष्टौ धनुःसहस्राणि योजनं तैर्विभावितम् / एतेन योजनेनेह सन्निवेशास्ततः कृताः
aṣṭau dhanuḥsahasrāṇi yojanaṃ tairvibhāvitam / etena yojaneneha sanniveśāstataḥ kṛtāḥ
আঠ সহস্ৰ ধনু মিলি এক যোজন নিৰ্ধাৰিত। এই যোজন মাপেই ইয়াত সন্নিবেশ (বসতি) স্থাপন কৰা হ’ল।