Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
नक्तं सृजन्पुनर्ब्रह्मा ज्योत्स्नाया मानुषात्मनः / सुधायाश्च पितॄंश्चैव देवदेवः ससर्जह
naktaṃ sṛjanpunarbrahmā jyotsnāyā mānuṣātmanaḥ / sudhāyāśca pitṝṃścaiva devadevaḥ sasarjaha
পুনৰায় দেবদেব ব্ৰহ্মাই ৰাত্ৰি সৃষ্টি কৰোঁতে, জ্যোৎস্নাৰ পৰা মানৱ-স্বভাৱসম্পন্নসকলক আৰু সুধাৰ পৰা পিতৃগণকো সৃষ্টি কৰিলে।