Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
असृष्ट्वैव प्रजासर्गंप्रतिसर्गं ततस्ततः / ब्रह्मा तेषु व्यरक्तेषु ततो ऽन्यान्सा धकान्सृजन्
asṛṣṭvaiva prajāsargaṃpratisargaṃ tatastataḥ / brahmā teṣu vyarakteṣu tato 'nyānsā dhakānsṛjan
প্ৰজাসৰ্গ আৰু প্ৰতিসৰ্গ নকৰোঁতেই তেওঁলোক বৈৰাগ্য লাভ কৰিলে; সেয়ে ব্ৰহ্মাই পাছত আন সাধকসকল সৃষ্টি কৰিলে।