Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
मुख्यसर्गे तदोद्भूतं दृष्ट्वा ब्रह्मात्मसंभवः / अप्रती तमनाः सोथ तदोत्पत्तिममन्यत
mukhyasarge tadodbhūtaṃ dṛṣṭvā brahmātmasaṃbhavaḥ / apratī tamanāḥ sotha tadotpattimamanyata
মুখ্য সৰ্গত তেতিয়া উদ্ভূত হোৱা বস্তু দেখি আত্মসম্ভৱ ব্ৰহ্মাৰ মন তৃপ্ত নহ’ল; তেতিয়া তেওঁ তাৰ উৎপত্তিক অনুচিত বুলি ভাবিলে।