Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
सत्यादेकार्णवे तस्मिन् वायुना यत्तु संहिताः / निषिक्ता यत्रयत्रासंस्तत्रतत्राचलो ऽभवत्
satyādekārṇave tasmin vāyunā yattu saṃhitāḥ / niṣiktā yatrayatrāsaṃstatratatrācalo 'bhavat
‘সত্য’ নামৰ সেই একাৰ্ণৱত বায়ুৰে সংহিত হোৱা যি কিছু আছিল, য’ত য’ত নিক্ষিপ্ত হ’ল, তাত তাত অচল—পৰ্বত হৈ উঠিল।