Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणो ऽहनि / तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः
tasmin yugasahasrānte saṃsthite brahmaṇo 'hani / tāvatkālaṃ rajanyāṃ ca vartantyāṃ salilātmanaḥ
যুগসহস্ৰান্তত, যেতিয়া ব্ৰহ্মাৰ দিন সমাপ্ত হয়, তেতিয়াৰ সমান কাল ব্ৰহ্মাৰ ৰাত্ৰিতো সকলো জলস্বৰূপে অৱস্থিত থাকে।