Lokakalpanā / The Ordering of the Worlds
Cosmogony and Earth’s Retrieval
आभाति यस्माच्चाभासाद्भाशब्दः कान्तिदीप्तिषु / स सर्वः समनुप्राप्ता मासां भाभ्यो विभाव्यते
ābhāti yasmāccābhāsādbhāśabdaḥ kāntidīptiṣu / sa sarvaḥ samanuprāptā māsāṃ bhābhyo vibhāvyate
যাৰ দ্বাৰা প্ৰকাশ হয় আৰু যাৰ আভাসৰ পৰা কান্তি-দীপ্তিত ‘ভা’ শব্দ প্ৰচলিত; সেই জ্যোতি সৰ্বত্ৰ ব্যাপ্ত, সেয়ে মাসসমূহ ‘ভা’ৰ পৰা বিবেচিত হয়।