भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत / कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम्
bhramato dharmacakrasya yatra nemiraśīryata / karmaṇā tena vikhyātaṃ naimiṣaṃ munipūjitam
য’ত ঘূৰ্ণমান ধৰ্মচক্ৰৰ নেমি ক্ষয় হৈছিল, সেই কৰ্মৰ ফলতেই সেই স্থান ‘নৈমিষ’ নামে বিখ্যাত, মুনিপূজিত।