नाम्ना समुद्रवासस्तु और्वःस वडवामुखः / द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्
nāmnā samudravāsastu aurvaḥsa vaḍavāmukhaḥ / dvādaśaite praviṣṭā hi parvatā lavaṇodadhim
‘সমুদ্ৰবাস’ নামে খ্যাত ঔৰ্বস বডবামুখ; এই বাৰটা পৰ্বত লৱণোদধিত প্ৰৱিষ্ট হৈছে।