कैलास-मन्दाकिनी-स्वच्छोदा-लौहित्य-सरयू-उद्गमवर्णनम्
Kailāsa and the Origins of Mandākinī, Svacchodā, Lauhitya, and Sarayū
अन्तरिक्षं दिवञ्चैव भावयन्ती सुरापगा / भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया
antarikṣaṃ divañcaiva bhāvayantī surāpagā / bhavottamāṅge patitā saṃrūddhā yaugamāyayā
অন্তৰীক্ষ আৰু স্বৰ্গ পবিত্ৰ কৰি সুৰাপগা ভৱ (শিৱ)ৰ শিৰত পতিত হ’ল আৰু যোগমায়াৰে ৰুদ্ধ হ’ল।