Pṛthivyāyāma-vistara (Extent and Divisions of the Earth) / पृथिव्यायामविस्तरः
उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् / वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा
uttaraṃ yatmamudrasya himavaddakṣiṇaṃ ca yat / varṣaṃ tadbhārataṃ nāma yatreyaṃ bhāratī prajā
সমুদ্ৰৰ উত্তৰে আৰু হিমৱতৰ দক্ষিণে যি দেশ, সেই দেশ ‘ভাৰতবৰ্ষ’ নামে প্ৰসিদ্ধ, য’ত এই ভাৰতীয় প্ৰজা বাস কৰে।