राजा शतधनुश्चापि तस्य पुत्रो भविष्यति / बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः
rājā śatadhanuścāpi tasya putro bhaviṣyati / bṛhadrathaśca varṣāṇi sapta vai bhavitā nṛpaḥ
তাৰ পুত্ৰ ৰজা শতধনু হ’ব। বৃহদ্ৰথ নামৰ নৃপ সাত বছৰ ৰাজ্য কৰিব।