Sāttvata–Vṛṣṇi–Andhaka Vamśa
Genealogical Enumeration of the Yādava Clans
पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा / प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः
punardvāravatīṃ prāpte tadā dānapatau tathā / pravavarṣa sahasrākṣaḥ kukṣau jalanidhestataḥ
দানপতি অক্রূৰ পুনৰ দ্বাৰৱতীত উপস্থিত হোৱাত, সহস্ৰাক্ষ (ইন্দ্ৰ) সাগৰৰ কোলত প্ৰচুৰ বৰষুণ বৰষালে।