सुकेतोरपि धर्मात्मा देवरातो महाबलः / देवरातस्य धर्मात्मा बृहदुक्थ इति श्रुतः
suketorapi dharmātmā devarāto mahābalaḥ / devarātasya dharmātmā bṛhaduktha iti śrutaḥ
সুকেতুৰ পৰাও ধৰ্মাত্মা মহাবলী দেৱৰাত জন্মিল; দেৱৰাতৰ ধৰ্মাত্ম পুত্ৰ ‘বৃহদুক্ত’ নামে খ্যাত।