Bhārgavaṃ prati Varuṇāgamanaṃ
Varuṇa’s Approach to Bhārgava/Paraśurāma
योजनानां सहस्रन्तु वर्द्धितश्च महोदधिः / रामेणाभूत्पुनः सृष्टं योजनानां तु षट्शतम्
yojanānāṃ sahasrantu varddhitaśca mahodadhiḥ / rāmeṇābhūtpunaḥ sṛṣṭaṃ yojanānāṃ tu ṣaṭśatam
মহাসাগৰ এক সহস্ৰ যোজনলৈ বৃদ্ধি পালে; পাছত ৰামে তাক পুনৰ সৃষ্টি কৰি ছয় শত যোজন পৰিমিত কৰিলে।