Bhārgavaṃ prati Varuṇāgamanaṃ
Varuṇa’s Approach to Bhārgava/Paraśurāma
एवं रामेण जलधेः पुनः सृष्टा वसुंधरा / दक्षिणोत्तरतो राजनयोजनानां चतुःशतम्
evaṃ rāmeṇa jaladheḥ punaḥ sṛṣṭā vasuṃdharā / dakṣiṇottarato rājanayojanānāṃ catuḥśatam
এইদৰে ৰামে সাগৰৰ পৰা বসুন্ধৰাক পুনৰ সৃষ্টি কৰিলে; হে ৰাজন, দক্ষিণৰ পৰা উত্তৰলৈ ই চাৰিশ যোজন বিস্তৃত হ’ল।