Bhārgavaṃ prati Varuṇāgamanaṃ
Varuṇa’s Approach to Bhārgava/Paraśurāma
सो ऽहं त्वत्तेजसेदारीं विहाय सहजां धृतिम् / कातरं समुपायातो वशतां तव भार्गव
so 'haṃ tvattejasedārīṃ vihāya sahajāṃ dhṛtim / kātaraṃ samupāyāto vaśatāṃ tava bhārgava
সেয়েহে হে ভাৰ্গৱ! আপোনাৰ তেজৰ বাবে মই মোৰ স্বাভাৱিক ধৈৰ্য্য ত্যাগ কৰি, ব্যাকুল হৈ আপোনাৰ বশ্যতা স্বীকাৰ কৰিছোঁ।