सगरचरिते सागराविनाशः
The Quelling of the Ocean-Destruction Episode in the Sagara Narrative
दृष्टस्ते महिमानेन व्याप्तमासीच्चराचरम् / क्षमस्व संहर क्रोधं नमस्ते विप्रपुङ्गव
dṛṣṭaste mahimānena vyāptamāsīccarācaram / kṣamasva saṃhara krodhaṃ namaste viprapuṅgava
চৰাচৰ সকলোকে ব্যাপি থকা আপোনাৰ মহিমা আমি দেখিলোঁ। ক্ষমা কৰক; ক্ৰোধ সংহাৰ কৰক। হে বিপ্ৰপুঙ্গৱ, আপোনাক নমস্কাৰ।