सगरस्यौर्वाश्रमगमनम्
Sagara’s Journey to Aurva’s Hermitage
पुत्रो भविष्यत्येकस्यामेकः सो ऽनतिधार्मिकः / तथापि तस्य कल्पान्तं संभूतिश्च भविष्यति
putro bhaviṣyatyekasyāmekaḥ so 'natidhārmikaḥ / tathāpi tasya kalpāntaṃ saṃbhūtiśca bhaviṣyati
এগৰাকী ৰাণীৰ গৰ্ভত এজন পুত্ৰ জন্মিব; সি অতিধাৰ্মিক নহ’ব। তথাপি কল্পান্তত তাৰো শুভ সম্ভূতি হ’ব।