सगरस्यौर्वाश्रमगमनम्
Sagara’s Journey to Aurva’s Hermitage
ततः प्रणम्यशिरसा ते ऽप्युभे तं महामुनिम् / ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम्
tataḥ praṇamyaśirasā te 'pyubhe taṃ mahāmunim / ūcaturbhagavānputrānkāmayāveti sādaram
তাৰ পিছত দুয়োগৰাকী শিৰ নত কৰি মহামুনিক প্ৰণাম কৰিলে আৰু সশ্ৰদ্ধে ক’লে—“ভগৱন, আমি পুত্ৰ কামনা কৰোঁ।”