सगरदिग्विजयः
Sagara’s World-Conquest / Digvijaya
न सति स्थविरे बालं मृत्युरभयुपगच्छति / सर्ववर्णेषु भूपाले महीं तस्मिन्प्रशासति
na sati sthavire bālaṃ mṛtyurabhayupagacchati / sarvavarṇeṣu bhūpāle mahīṃ tasminpraśāsati
সেই স্থবিৰ (সমৰ্থ) ৰজাই পৃথিৱী শাসন কৰোঁতে শিশুৰ ওচৰলৈও মৃত্যু নাহিছিল; সেই ভূপালৰ শাসনত সকলো বৰ্ণতে নিৰ্ভয়তা আছিল।