तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्त्वथ / वरेण छन्दयामास सा च वव्रे वरं तत
tāṃ kaśyapaḥ prasannātmā samyagārādhitastvatha / vareṇa chandayāmāsa sā ca vavre varaṃ tata
তেতিয়া সম্যক আৰাধিত হৈ প্ৰসন্নচিত্ত কশ্যপে তাইক বৰ বিচাৰিবলৈ ক’লে; আৰু সেয়েও তেতিয়া এটা বৰ বাছি ল’লে।