इति वाक्यं समाकर्ण्य प्रियायाः स मृगः स्वयम् / वर्णयामास चरितं मृग्यश्चैवात्मनस्तदा
iti vākyaṃ samākarṇya priyāyāḥ sa mṛgaḥ svayam / varṇayāmāsa caritaṃ mṛgyaścaivātmanastadā
প্ৰিয়াৰ বাক্য শুনি সেই মৃগে তেতিয়া নিজে নিজৰ আৰু মৃগীৰ চৰিত্ৰ বৰ্ণনা কৰিবলৈ ধৰিলে।