Jāmadagnya-Rāmasya Tapaścaraṇam
The Austerities of Rama Jamadagnya
मांसेन यावता मे स्यान्नित्यं पित्रादि पोषणम् / हनिष्ये चेत्तदधिकं तर्हि युज्येयमेनसा
māṃsena yāvatā me syānnityaṃ pitrādi poṣaṇam / haniṣye cettadadhikaṃ tarhi yujyeyamenasā
প পিতৃ-মাতৃ আদিৰ নিত্য পোষণৰ বাবে যিমান মাংসৰ প্ৰয়োজন, তাতকৈ অধিক যদি মই হত্যা কৰোঁ, তেন্তে মই পাপৰ ভাগী হম।