Jāmadagnya-Rāmasya Tapaścaraṇam
The Austerities of Rama Jamadagnya
मातापितृसुतादीनां भरणायैव केवलम् / क्रियते प्राणिहननं निजधर्मतया मया
mātāpitṛsutādīnāṃ bharaṇāyaiva kevalam / kriyate prāṇihananaṃ nijadharmatayā mayā
কেৱল আই, পিতৃ আৰু সন্তান আদিৰ ভৰণ-পোষণৰ বাবেই মই নিজৰ ধৰ্ম বুলি ভাবি প্ৰাণী হত্যা কৰোঁ।