रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
वशी चकार चाक्षाणि प्रत्याहारपरायणः / धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान्
vaśī cakāra cākṣāṇi pratyāhāraparāyaṇaḥ / dhāraṇābhiḥ sthirīcakre manaścañcalamātmavān
প্ৰত্যাহাৰত পৰায়ণ হৈ তেওঁ ইন্দ্ৰিয়সমূহক বশ কৰিলে। আত্মবান হৈ ধাৰণাৰে চঞ্চল মনক স্থিৰ কৰিলে।