रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
अतीत्य सुबहून्देशान्पश्यन्नपि मनोरमान् / आससादच लश्रेष्ठं हिमवन्तमनुत्तमम्
atītya subahūndeśānpaśyannapi manoramān / āsasādaca laśreṣṭhaṃ himavantamanuttamam
বহু মনোৰম দেশ অতিক্ৰম কৰি চাই চাই সেই শ্ৰেষ্ঠ পুৰুষ অনুত্তম হিমবান পৰ্বতৰাজৰ ওচৰলৈ উপস্থিত হ’ল।