रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
अन्तर्जनितकल्लोलैर्नृत्यमानमिवाभितः / आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम्
antarjanitakallolairnṛtyamānamivābhitaḥ / āsasāda bhṛguśreṣṭhastatsarovaramuttamam
অন্তৰৰ পৰা উঠা ঢৌৱে চাৰিওফালে নৃত্য কৰা যেন দেখা সেই উত্তম সৰোবৰৰ ওচৰলৈ ভৃগুশ্ৰেষ্ঠ উপস্থিত হ’ল।