रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
रवैः कीचकवेणुनां मधुरीकृतकाननः / नितंबस्थलसंसक्ततुषारनिचयैग्यम्
ravaiḥ kīcakaveṇunāṃ madhurīkṛtakānanaḥ / nitaṃbasthalasaṃsaktatuṣāranicayaigyam
কীচক বেণুৰ ৰৱে তাৰ কানন মধুৰ হৈ উঠিছে; আৰু নিতম্বস্থলত লেগি থকা তুষাৰৰ স্তূপে সি একৰূপ ধৱল দেখা যায়।