रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
मधुद्रवार्द्राविरलप्रत्यग्रकुसुमोत्करैः / वनान्तमारुताकीर्णैरलङ्कृतमहीतलम्
madhudravārdrāviralapratyagrakusumotkaraiḥ / vanāntamārutākīrṇairalaṅkṛtamahītalam
মধুৰসে সিক্ত, বিৰল নৱকুসুমৰ গুচ্ছ আৰু বনান্তৰৰ বতাহে ছটিয়াই দিয়া পৰাগে ভূতল শোভিত হৈছিল।