रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
सहसा निपतत्सिंहनखनिर्भिन्नमस्तकैः / गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित्
sahasā nipatatsiṃhanakhanirbhinnamastakaiḥ / gajairākrandanādena pūryamāmaṃ vanaṃ kvacit
কেতিয়াবা সিংহৰ নখে বিদীৰ্ণ মস্তক লৈ হাতীবোৰ হঠাৎ ঢলি পৰিছিল, আৰু সিহঁতৰ আৰ্তনাদে বনভূমি ভৰি উঠিছিল।