रामस्य हिमवद्गमनम्
Rama’s Journey to Himavat
वासितर्थे ऽभिसंवृद्धमदोन्मत्तमतङ्गजैः / युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित्
vāsitarthe 'bhisaṃvṛddhamadonmattamataṅgajaiḥ / yuddhyadbhiścūrṇitānekagaṇḍaśailavanaṃ kvacit
কেতিয়াবা সুগন্ধিত ৰসে বাঢ়ি উঠা মদত উন্মত্ত হাতীবোৰে যুঁজ দি যুঁজ দি বহু গণ্ডশৈল-ভৰা বনভূমি চূৰ্ণ কৰি পেলাইছিল।