Rāma’s Service to Parents and Departure to Visit the Paternal Grandparents
Pitāmaha-gṛha-gamana
सपोतहरिणीयूथैर्विस्रंभादविशङ्किभिः / उटजाङ्गणपर्यन्ततरुच्छायास्वधिष्ठितम्
sapotahariṇīyūthairvisraṃbhādaviśaṅkibhiḥ / uṭajāṅgaṇaparyantatarucchāyāsvadhiṣṭhitam
পোৱালিসহ হৰিণীৰ নিৰ্ভয়, বিশ্বাসে নিৰাশঙ্ক দলে দলে, কুটীৰৰ আঙিনালৈকে বিস্তৃত গছৰ ছাঁত সেই স্থান শোভিত হৈছিল।