Rāma’s Service to Parents and Departure to Visit the Paternal Grandparents
Pitāmaha-gṛha-gamana
पित्रोश्चकार शुश्रूषां विनीतात्मा महामतिः / प्रीतिं च निजचेष्टाभिरन्वहं पर्यवर्त्तयत्
pitroścakāra śuśrūṣāṃ vinītātmā mahāmatiḥ / prītiṃ ca nijaceṣṭābhiranvahaṃ paryavarttayat
বিনীতচিত্ত মহামতিয়ে পিতৃ-মাতৃৰ শুশ্ৰূষা কৰিলে আৰু নিজৰ সৎকৰ্মে প্ৰতিদিনে তেওঁলোকৰ প্ৰীতি বৃদ্ধি কৰিলে।