एतद् वै श्रोतुम् इच्छामस् तद् भवान् प्रब्रवीतु नः एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः //
তীৰ্থদৰ্শন, স্নান, দান, তপ আৰু জপ—এই সকলোৰে ফল পুৰাণশ্ৰৱণৰ দ্বাৰাও লাভ হয়।