भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै
bheṣajám asi bheṣajáṃ gáve’śvā́ya púruṣāya bheṣajám | súkhaṃ méṣāya meṣyái
তুমি ভেষজ—গৰুৰ বাবে ভেষজ, ঘোঁৰাৰ বাবে ভেষজ, মানুহৰ বাবে ভেষজ। মেষৰ বাবে সুখ-শান্তি, আৰু মেষীৰ বাবে (সুখ-শান্তি)।
भे॒ष॒जम् । अ॒सि॒ । भे॒ष॒जम् । गवे॑ । अ॒श्वाय॑ । पुरु॑षाय । भे॒ष॒जम् । सु॒खम् । मे॒षाय॑ । मे॒ष्यै ।