Adhyāya 61: Saṃmohana-astra and the Kuru Withdrawal (संमोहनास्त्रं तथा कुरुनिवृत्तिः)
वैशम्पायन उवाच एवमुक््त्वा महाबाहुर्वैराटिं नरसत्तम: । अर्जुनो रथिनां श्रेष्ठ उत्तरं वाक्यमब्रवीत्
বৈশম্পায়নে ক’লে—ৰাজন, এইদৰে কৈ মহাবাহু, নৰশ্ৰেষ্ঠ আৰু ৰথীসকলৰ মাজত শ্ৰেষ্ঠ অৰ্জুনে বিৰাটপুত্ৰ উত্তৰক পুনৰ এই বাক্য ক’লে।
वैशम्पायन उवाच