मधुकैटभवधोपाख्यानम्
The Account of the Slaying of Madhu and Kaiṭabha
शतं वर्षसहस्राणि मुने जातस्य तेडनघ । समाख्याहि मम ब्रद्मयन् कि दुःखं चिरजीविनाम्
śataṁ varṣa-sahasrāṇi mune jātasya te 'n-agha | samākhyāhi mama brahman kiṁ duḥkhaṁ cirajīvinām ||
হে অনঘ মুনি! তোমাৰ জন্মৰ পৰা লক্ষ বছৰ পাৰ হৈছে। হে ব্ৰাহ্মণ! দীৰ্ঘজীৱীসকলৰ দুখ কি—মোক কোৱা।
वैशम्पायन उवाच