अध्याय ८२ — केशवप्रयाणे निमित्तदर्शनम्
Omens and Reception During Keśava’s Departure
अतश्रेदवन्यथा कर्ता धार्तराष्ट्रोडनुपायवित् । अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन
জনাৰ্দন! যদি উপায় নজনাকৈ ধৃতৰাষ্ট্ৰপুত্ৰ দুর্যোধনে ইয়াৰ বিপৰীত আচৰণ কৰে, তেন্তে মই নিশ্চয়েই তাৰ পক্ষত অহা সকলো ক্ষত্ৰিয়ৰ অন্ত কৰিম।
युधिष्ठिर उवाच