अध्याय ८२ — केशवप्रयाणे निमित्तदर्शनम्
Omens and Reception During Keśava’s Departure
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये । अर्धराज्यस्य गोविन्द विदितं सर्वराजसु
বিভু গোবিন্দ! আগতে আমাৰ গোপন মন্ত্রণাত যেতিয়া সিদ্ধান্ত স্থিৰ হৈছিল, তেতিয়া আমি অর্ধৰাজ্য গ্ৰহণ কৰিয়েই সন্ধি কৰাৰ সংকল্প কৰিছিলোঁ; এই কথা সকলো ৰজাই জানে।
युधिष्ठिर उवाच