Udyoga Parva, Adhyāya 72 — Bhīmasena’s counsel on conciliation and Duryodhana’s disposition
यात्वा चाहं कुरून् सर्वान् युष्मदर्थमहापयन् । यतिष्ये प्रशमं कर्तु लक्षयिष्ये च चेष्टितम्
তাত গৈ আপোনাৰ হিতসিদ্ধিত একো ত্ৰুটি নোহোৱাকৈ মই সকলো কৌৰৱৰ সৈতে সন্ধি স্থাপনৰ বাবে চেষ্টা কৰিম আৰু তেওঁলোকৰ চেষ্টাসমূহ লক্ষ্য কৰি থাকিম।
युधिछिर उवाच