Udyoga Parva, Adhyāya 72 — Bhīmasena’s counsel on conciliation and Duryodhana’s disposition
तथाशीलसमाचारे राजन् मा प्रणयं कृथा: । वध्यास्ते सर्वलोकस्य कि पुनस्तव भारत
হে ৰাজন! এনে স্বভাৱ আৰু এনে দুষ্ট আচৰণ থকা দুর্যোধনৰ প্ৰতি আপুনি স্নেহ নকৰিব। হে ভাৰত! ধৃতৰাষ্ট্ৰৰ সেই পুত্ৰসকল সৰ্বলোকৰেই বধ্য; তেন্তে আপোনাৰ বাবে ত’ আৰু কি ক’ব!
युधिछिर उवाच