धृतराष्ट्रस्य बलाबलचिन्ता
Dhṛtarāṣṭra’s Appraisal of Strength and Preference for Śama
वानरश्न ध्वजो दिव्यो नि:सड़ो धूमवद्गति: । रथश्न चतुरन्तायां यस्य नास्ति सम: क्षितौ
যাৰ দিব্য বানৰধ্বজ ক’তো নাথাকে, ধোঁৱাৰ দৰে বাধাহীন গতিত ধাৱিত হয়; আৰু যাৰ ৰথৰ সমান চাৰিওফালে এই পৃথিৱীত নাই।
वैशम्पायन उवाच