Ārjava, Satya, and the Virocana–Sudhanvan Exemplum
Udyoga-parva 35
अव्याह्तं व्याहवताच्छेय आहु: सत्यं वदेद् व्याहृतं तद् द्वितीयम् प्रियं वदेद् व्याह्ृतं तत् तृतीयं धर्म वदेद् व्याह्ृतं तच्चतुर्थम्
avyāhṛtaṃ vyāhṛtāc chreya āhuḥ | satyaṃ vaded vyāhṛtaṃ tad dvitīyam | priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ | dharmaṃ vaded vyāhṛtaṃ tac caturtham ||
হংসে ক’লে— কথা কোৱাৰ তুলনাত মৌনেই শ্ৰেয় বুলি কোৱা হয়। ক’বই লাগিলে সত্য কোৱা দ্বিতীয় শ্ৰেয়। সত্য আৰু প্ৰিয়—এনে বাক্য তৃতীয়। আৰু সত্য, প্ৰিয় আৰু ধৰ্মসন্মত বাক্য চতুৰ্থ; সেয়াই সৰ্বোত্তম।
हंस उवाच