अग्निस्तुति, इन्द्रदर्शन, नहुष-भयवर्णन
Agni-hymn, discovery of Indra, and the Nahuṣa threat
शल्य उवाच प्रविश्यापस्ततो वह्निः ससमुद्रा: सपल्वला: । आससाद सरस्तच्च गूढो यत्र शतक्रतु:
শল্য ক’লে— “হে যুধিষ্ঠিৰ! তাৰ পাছত অগ্নিদেৱে সৰু গাঁতৰ পানীৰ পৰা মহাসমুদ্ৰলৈকে সকলো জলে প্ৰৱেশ কৰি অনুসন্ধান কৰি কৰি ক্ৰমে সেই সৰোবৰলৈ গৈ পালে, য’ত শতক্ৰতু ইন্দ্ৰ গোপনে আছিল।”
शल्य उवाच