उद्योगपर्व (अध्याय १२९) — केशवस्य वैभवप्रदर्शनम् / Krishna’s Theophanic Display in the Kuru Assembly
अशक्यमयशस्यं च सद्धिश्वापि विगर्हितम् | यथा त्वादृशको मूढो व्यवस्थेत् कुलपांसन:
“সেই কৰ্ম অসম্ভৱ, অপযশকাৰক আৰু সজ্জনসকলৰ দ্বাৰাও নিন্দিত; তথাপি তোৰ দৰে কুলকলংক, মূঢ় মানুহে তাক কৰিবলৈ চেষ্টা কৰে।”
वैशम्पायन उवाच